ক্ৰীড়া

কোহলি-ৰাহানেৰ যুটিয়ে দেখাব পাৰিবনে চমক?

আকৰ্ষণীয় পৰ্যায়ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলজয়ৰ বাবে দ্বিতীয় ইনিংছত ৪৪৪ ৰানৰ লক্ষ্য অনুসৰণ ভাৰতৰঅন্তিম দিনা ভাৰতক প্ৰয়োজন ২৮০ ৰানৰঅষ্ট্ৰেলিয়াক জয়ৰ বাবে লাগে ৭ টা...

IPL ট্ৰফীক লৈ আনন্দৰ লহৰ চেন্নাই ছুপাৰ কিংছৰ

IPL ট্ৰফীক লৈ আনন্দৰ লহৰ চেন্নাইৰ IPL ট্ৰফী বিজয় উদযাপনক লৈ চেন্নাই ছুপাৰ কিংছৰ বিস্তৃত কাৰ্যসূচী IPL ট্ৰফী লৈ তিৰুপতি দৰ্শন CSKৰ কৰ্তৃপক্ষৰ তিৰুপতি মন্দিৰত বিশেষ পূজা...

IPL ফাইনেলৰ পৰা নিষিদ্ধ হ’ব পাৰে মহেন্দ্ৰ সিং ধোনী

চেন্নাই ছুপাৰ কিংছক দশমবাৰলৈ ফাইনেললৈ নিয়াৰ ক্ষেত্ৰত প্ৰভূত অৰিহণা আছে দলটোৰ অধিনায়ক তথা প্ৰখৰ ক্ৰিকেট মস্তিষ্কৰ অধিকাৰী মহেন্দ্ৰ সিং ধোনী। মঙলবাৰে অনুষ্ঠিত প্লে-অফৰ প্ৰথমখন...

কোন ৪টা দলে লাভ কৰিব প্লেঅফছৰ টিকট?

সন্মুখত IPLৰ প্লে অফছকোন ৪টা দলে লাভ কৰিব প্লেঅফছৰ টিকট?ক্ৰিকেট অনুৰাগীৰ মাজত বাঢ়িছে উৎকণ্ঠা শ্বাসৰুদ্ধকৰ IPL ২০২৩ এতিয়া সমাপ্তিৰ পৰ্যায়ত। লীগ পৰ্যায়ত বিহু আকৰ্ষণীয় মেচৰ...

‘লিখিত প্ৰতিশ্ৰুতি’ অবিহনে ভাৰতত বিশ্বকাপ নেখেলে পাকিস্তানে

পাকিস্তানক লাগে 'লিখিত প্ৰতিশ্ৰুতি'!'লিখিত প্ৰতিশ্ৰুতি' অবিহনে ভাৰতত বিশ্বকাপ নেখেলে পাকিস্তানেকিন্তু কি এই 'লিখিত প্ৰতিশ্ৰুতি'?BCCIৰ পৰা কিহৰ প্ৰতিশ্ৰুতি বিচাৰিছে PCBয়ে? চলিত বৰ্ষৰ অক্টোবৰ আৰু নৱেম্বৰ মাহত...

Popular