ক্ৰীড়া

আন্তৰ্জাতিক ফুটবল ইতিহাসত সৰ্বাধিক স্ক’ৰাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো

বুধবাৰে পৰ্তুগালৰ হৈ ১১০ সংখ্যক গ'ল কৰি ক্ৰিষ্টিয়ানো ৰোনাল্ডো আন্তৰ্জাতিক ফুটবল ইতিহাসত সৰ্বাধিক স্ক'ৰ কৰা ব্যক্তি হিচাপে পৰিগণিত হয়। পৰ্তুগালৰ অধিনায়কজনে ৮৯ মিনিটত আয়াৰলেণ্ডৰ...

বক্সিং চেম্পিয়ন যমুনা বড়ো, আৰ্চাৰী চেম্পিয়ন সঞ্জয় বড়োক আবকাৰী বিভাগৰ পৰিদৰ্শক হিচাপে নিযুক্তি

▶️ বুধবাৰে অনুষ্ঠিত কেবিনেটে আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়ন যমুনা বড়ো আৰু আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী চেম্পিয়ন সঞ্জয় বড়োক আবকাৰী বিভাগৰ পৰিদৰ্শক হিচাপে নিযুক্তিত অনুমোদন জনায়। অহা ৩...

টকিঅ’ পেৰালিম্পিক : পদক পাইয়ো হেৰুৱালে বিনোদ কুমাৰে

টকিঅ' পেৰালিম্পিক সমিতিয়ে বিকলাঙ্গতা শ্ৰেণীবিভাজন মূল্যায়নত অযোগ্য বুলি ঘোষণা কৰাৰ পিছত সোমবাৰে ভাৰতীয় ডিচকাচ থ্ৰ'য়াৰ বিনোদ কুমাৰে তেওঁৰ ব্ৰঞ্জৰ পদক হেৰুৱায়। ১৯৭১ চনৰ ভাৰত-পাকিস্তান...

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টুৱাৰ্ট বিন্নীৰ

এদিনীয়া ক্ৰিকেটত সৰ্বশ্ৰেষ্ঠ Bowling Figureৰ অভিলেখ আছিল বিন্নীৰ ভাৰতৰ হৈ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিদ্বন্দিতা কৰা কৰ্ণাটকৰ অল-ৰাউণ্ডাৰ ষ্টুৱাৰ্ট বিন্নীয়ে সোমবাৰে প্ৰথম শ্ৰেণী আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা...

একেদিনাই পেৰালিম্পিকত ৩টাকৈ পদক ভাৰতৰ

পেৰালিম্পিকত উজলিল ভাৰতীয় খেলুৱৈএকেদিনাই ৩টাকৈ পদক লাভ ভাৰতৰভাৰতৰ পদক তালিকাত ২টা ৰূপ আৰু ১টা ব্ৰঞ্জৰ পদক ২৪ আগষ্টৰ পৰা অনুষ্ঠিত হৈ থকা টকিঅ পেৰালিম্পিকত দেওবাৰে...

Popular