ক্ৰীড়া

গুৱাহাটীত দুখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ৷ অহা মে’ত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দুখনকৈ আই পি এলৰ মেচ৷ আজি এই বিষয়ে সদৰি কৰিছে ৰাজস্থান ৰয়েলছৰ...

১৮ মাৰ্চৰ পৰা নাগালেণ্ডত তৃতীয় নৰ্থ ইষ্ট গেমছ

অহা ১৮-২৩ মাৰ্চলৈ নাগালেণ্ডত অনুষ্ঠিত হ’ব তৃতীয় উত্তৰ পূৱ ক্ৰীড়া৷ নাগালেণ্ড চৰকাৰৰ সহযোগত নাগালেণ্ড অলিম্পিক সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাত উত্তৰ পূৱৰ আঠ ৰাজ্যৰ...

ফ্রেন্স অ’পেন বেডমিণ্টনত ভাৰতৰ চমক

ফ্রেন্স অ’পেন বেডমিণ্টনত ভাৰতৰ চমক। প্ৰতিযোগিতাৰ পুৰুষ ডাবলছত ভাৰতৰ জয়। সত্বিকছৈৰাজ আৰু চিৰাগ ছেট্টীয়ে জয় কৰিলে এই খিতাপ। যুটীটোৱে দ্বিতীয়বাৰলৈ জয় কৰিলে পুৰুষৰ এই...

৫ বাৰৰ বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লচেনক হৰুৱালে ডি গুকেশে

এবছৰৰ ভিতৰত ২ বিশ্ব চেম্পিয়নক হৰুৱাই চমক গ্রেণ্ডমাষ্টাৰ ডি গুকেশৰ ৫ বাৰৰ বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লচেনক হৰুৱালে ডি গুকেশে ‘জাৰ্মানী চেছ চেলেঞ্জ’ত এই অঘটন ভাৰতীয় গ্রেণ্ডমাষ্টাৰজনৰ নৰৱেৰ...

কিয় ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা নেখেলে বিৰাট কোহলিয়ে

কেৱল ৩য় টেষ্টতে নহয়, শৃংখলাই নেখেলে বিৰাট কোহলিয়ে১১৩খন টেষ্ট খেলা কোহলিৰ প্রথমবাৰলৈ শৃংখলাত অনুপস্থিতব্যক্তিগত কাৰণৰ বাবে টেষ্ট শৃংখলা নেখেলে কোহলিয়েআঘাতেৰে জৰ্জৰিত ভাৰতীয় ক্ৰিকেট দলআঘাতৰ...

Popular