ক্ৰীড়া

মুস্তাক আলী ট্ৰফীত সৰ্বাধিক ৰান কৰিও ভাৰতীয় দলত নাম নাহিল ৰিয়ানৰ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T-20 শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণামুস্তাক আলী ট্ৰফীত সৰ্বাধিক ৰান কৰিও ভাৰতীয় দলত নাম নাহিল ৰিয়ানৰদলত স্থান নাই সঞ্জু ছেমছন, য়ুজবেন্দ্ৰ চাহালৰো এদিনীয়া...

ICC বিশ্বকাপৰ ফাইনেল ‘GRAND’ কৰিবলৈ সাজু আহমেদাবাদ

ICC বিশ্বকাপৰ ফাইনেল 'GRAND' কৰিবলৈ সাজু আহমেদাবাদVVIP, VIPৰ সমাগম ঘটিব ১৯ নৱেম্বৰৰ ফাইনেলতউপস্থিত থাকিব স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীথাকিব ১৯৭৫ৰ পৰা এদিনীয়া বিশ্বকাপ জয়ী দলৰ...

মৰুৰ দেশত উজলিল ‘ব্লু টাইগাৰ্ছ’

কুৱেইটৰ বিৰুদ্ধে সুনীল বাহিনীৰ জয়লাভ২০২৬ৰ ফিফা বিশ্বকাপৰ কোৱালিফায়াৰৰ্ছৰ প্ৰথমখন খেলত জয়লাভ ভাৰতৰ সুদীৰ্ঘ ২২ বছৰৰ পিছত বিদেশৰ মাটিত ফিফা বিশ্বকাপ কোৱালিফায়াৰত প্ৰথমটো জয়ৰ সোৱাদ ল'লে...

ভাৰত-নিউজীলেণ্ডৰ ছেমি ফাইনেলত ৱাংখেড়ে সাক্ষী হ’ল ‘বিৰাট’-ৰাজৰ

তেওঁ আহিলে, তেওঁ খেলিলে, তেওঁ জয়ী কৰিলেগঢ়িলে অভিলেখ, জিনিলে অজস্ৰ ক্ৰিকেটপ্ৰেমীৰ হৃদয়ভাৰত বনাম নিউজীলেণ্ডৰ ছেমি ফাইনেলত ৱাংখেড়ে সাক্ষী হ’ল ‘বিৰাট’-ৰাজৰএদিনীয়াত শতকৰ অৰ্ধশতক সম্পন্ন বিৰাট...

ৰাষ্ট্ৰীয় জিমনাষ্টিকছত অসমৰ তানিছিৰ স্বৰ্ণ জয়

চি বি এছ ই অৰ্থাৎ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ ৰাষ্ট্ৰীয় জিমনাষ্টিকছ প্ৰতিযোগিতাত স্বৰ্ণপদক অৰ্জন কৰিছে অসমৰ তানিছি বচাকে । তেওঁ ১১ বছৰ অনূৰ্ধ্ব বেলেন্সিং...

Popular