ক্ৰীড়া

দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত শতক অৰ্জন শুভমন গিলৰ

দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত শতক অৰ্জন শুভমন গিলৰ১২খন টেষ্টৰ পিছত গিলৰ শতকেৰে স্বস্তিত টীম ইণ্ডিয়াপ্ৰায় এবছৰৰ পিছত শতৰান কৰিলে গিলেযশপ্ৰীত বুমৰাহেও ১৫০ উইকেট লৈ পিছ...

অভিষেক টেষ্টতে শতকেৰে উজলিছিল যশস্বী জয়ছোৱাল

কেৰিয়াৰৰ ৬ নং টেষ্টত দুৰ্দান্ত দ্বিশতৰান উদীয়মান তাৰকাৰ যশস্বীৰ দ্বিশতকেৰে প্রথম ইনিংছত সূচল স্থিতিত ভাৰত কনিষ্ঠতমৰ তালিকাত ৩য় স্থানত তৰুণ অ’পেনাৰ যশস্বী টেষ্ট ক্রিকেটত কনিষ্ঠতম ভাৰতীয় হিচাপে...

নতুন ইতিহাস গঢ়িলে ভাৰতৰ টেনিছ তাৰকা ৰোহণ বাপান্নাই

আটাইতকৈ অধিক বয়সত টেনিছ বিশ্বত ১নং স্থানত বহিল ভাৰতীয় খেলুৱৈজনঅষ্ট্ৰেলিয়া অপেনৰ ডাবল্ছৰ ছেমিত প্ৰৱেশ কৰাৰ লগে লগে এই কীৰ্তি ৰোহণৰডাবল্ছ ৰেংকিঙৰ শীৰ্ষ স্থানত ৪৩...

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত দলত নাথাকিব বিৰাট কোহলি

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত দলত নাথাকিব বিৰাট কোহলিকি ব্যক্তিগত কাৰণত দলত নাথাকিল বিৰাট কোহলি? ব্যক্তিগত কাৰণত কোহলিয়ে টেষ্ট শৃংখলাৰ প্ৰথম দুখন টেষ্টত উপস্থিত নাথাকিব...

তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ল প্ৰাক্তন পাকিস্তানী ক্রিকেটাৰ ছোৱেইব মালিক

ভাৰত-পাক ক্ৰীড়াক্ষেত্রত চাঞ্চল্য, অৱশ্যে ক্রীড়া সাফল্যৰ বাবে নহয় ছানিয়া মিৰ্জাক বিচ্ছেদ নিদিয়াকৈ পুনৰ বিবাহপাশত ছোৱেইব মালিক প্রাক্তন পাক অধিনায়ক ছোৱেইবৰ বিবাহ অভিনেত্রী ছানা জাভেদৰে পূৰ্বেৰ ২ পত্নী...

Popular