টেনিছ জীৱনৰ শেষ প্ৰান্ততো উজলি উঠিছে ৰোহণ বোপান্না

টেনিছ জীৱনৰ শেষ প্ৰান্ততো উজলি উঠিছে ৰোহণ বোপান্না
অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ সৈতে যুটি বান্ধি মিয়ামি অপেন টেনিছত চেম্পিয়ন
ফাইনেলত বোপান্না-এবডেন যুটীয়ে হৰুৱালে ইভান ড’ভিগ-অষ্টিন ক্ৰাইছেক যুটীক
১ ঘণ্টা ৪২ মিনিটৰ খেলত ৬–৭, ৬–৩, ১০–৬ ব্যৱধানত জয় বোপান্না যুটীৰ
এই বছৰৰ অষ্ট্ৰেলিয়ান অপেনৰ ডাবল্ছত চেম্পিয়ন হৈছিল বোপান্না–এবডেন
৪৩ বছৰ বয়সত এবডেনৰে যুটী বান্ধি ৪টা খিতাপ জয় বোপান্নাৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।...

ACA ক্ৰিকেট একাডেমীত দেশৰ অন্যতম বৃহৎ ইনড’ৰ ক্ৰিকেট সুবিধা মুকলি

উত্তৰ গুৱাহাটীৰ ফুলুঙত থকা এচিএ ক্ৰিকেট একাডেমীত দেশৰ অন্যতম...

মহানগৰীৰ বিড়ম্বনা! গুৱাহাটীত আকৌ বান…

মানুহ গৈ চন্দ্ৰ পালেগৈ, সৌ সিদিনা মহাকাশত বহুকেইটা মাহ...

নতুন দিল্লীত মোদী-পুটিনৰ বৈঠক : বাণিজ্য, প্ৰতিৰক্ষা আৰু ইউক্ৰেইন যুদ্ধক লৈ গুৰুত্বপূৰ্ণ আলোচনা

নতুন দিল্লীত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি...