ক্ৰীড়া

কেৱল চেণ্ডউইচ! ছিডনীত প্ৰদান কৰা খাদ্যক লৈ সন্তুষ্ট নহয় টীম ইণ্ডিয়া

ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত প্ৰদান কৰা খাদ্যক লৈ সন্তুষ্ট নহয় টীম ইণ্ডিয়া। পাকিস্তানৰ বিৰুদ্ধে ঐতিহাসিক জয়ৰ পিছত নেডাৰলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া মেচৰ বাবে ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত...

ক্ৰিকেটাৰ মিতালী ৰাজৰ সৈতে কি কথা পাতিলে মুখ্যমন্ত্ৰীয়ে?

প্ৰখ্যাত মহিলা ক্ৰিকেটাৰ মিতালী ৰাজক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীয়ে। সাক্ষাতৰ পিছতে মুখ্যমন্ত্ৰীয়ে লিখিছে-''দেশৰ ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক শ্ৰীমিতালী ডি ৰাজক লগ পাই...

২০২৩ত অনুষ্ঠিত হ’ব মহিলাৰ IPL, কেইটা দলে খেলিব, কি কি নিয়ম BCCIৰ?

অহা বছৰৰ পৰা অনুষ্ঠিত হ'ব মহিলাৰ IPL। পুৰুষৰ IPLৰ ব্যাপক জনপ্ৰিয়তাৰ পিছত এইবাৰ মহিলাৰ IPL আয়োজনৰ প্ৰস্তুতি চলোৱা হৈছে। প্ৰথম বছৰ ৫টা দলৰ মাজত...

অনিচ্ছা স্বত্ত্বেও BCCIৰ পৰা আঁতৰি আহিল সৌৰভ গাংগুলী

ৰাজনীতি নে ব্যক্তিগত আক্ৰোশৰ বলি হ’ল সৌৰভ গাংগুলী? অনিচ্ছা স্বত্ত্বেও BCCIৰ পৰা আঁতৰি আহিল দাদা। BCCIৰ আমূল পৰিৱৰ্তনৰ লক্ষ্যৰে ১৮ অক্টোবৰত দায়িত্ব ল’ব নতুন...

BCCIৰ যুটীয়া সম্পাদক হ’ব এজন অসমীয়া!

BCCIৰ আমূল পৰিৱৰ্তনৰ বাবে প্ৰস্তুতি তুংগতACAৰ পৰা BCCIলৈ যাব দেৱজিৎ লন শইকীয়াশইকীয়া BCCIৰ যুটীয়া সম্পাদক হোৱাৰ সম্ভাৱনামঙলবাৰে মনোনয়ন দাখিল কৰিলে দেৱজিৎ শইকীয়াইBCCIৰ সাল-সলনিক লৈ...

Popular