কোপা আমেৰিকাত আৰ্জেণ্টিনাৰ জয়লাভ

কোপা আমেৰিকাত আৰ্জেণ্টিনাৰ জয়লাভ। ১-০ গ’লত কলম্বিয়াক পৰাস্ত কৰে বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাই। অতিৰিক্ত সময়ত আৰ্জেণ্টিনাই দিলে বিজয়সূচক গ’লটো। ১১২ মিনিটত মাৰ্টিনেজে দিয়ে একমাত্র গ’লটো। আঘাতপ্ৰাপ্ত হৈ ৬৫ মিনিটত খেলপথাৰ ত্যাগ মেছিৰ। আঘাতৰ বাবে হুকহুকাই কান্দিলে মেছিয়ে। কোপা আমেৰিকাত একেৰাহে দ্বিতীয়বাৰলৈ চেম্পিয়ন হ’ল আৰ্জেণ্টিনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ হাউছত গৃহীত হ’ল ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা বিধেয়ক; ভাৰত-চীনৰ ওপৰত ১০০% শুল্কৰ আশংকা

ৰাছিয়াৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা আৰোপৰ বিধেয়ক গৃহীত কৰিলে আমেৰিকাৰ...

NHM-এ বাতিল কৰিলে CHOৰ বিজ্ঞাপন আৰু সাক্ষাৎকাৰ

কমিউনিটি হেল্থ অফিচাৰৰ বাবে ৮২২টা পদৰ দিছিল বিজ্ঞাপন। ২০২৫ৰ...

ভাৰতত নিষিদ্ধ ঘোষণা ‘শ্বেহজাদ ভাট্টি নেটৱৰ্ক’

দেশত নিষিদ্ধ ঘোষণা কৰা হ’ল পাকিস্তানস্থিত ‘শ্বেহজাদ ভাট্টি নেটৱৰ্ক’...