ক্ৰীড়া

জন্মদিনৰ প্ৰাকক্ষণত কোহলিয়ে গঢ়িলে নতুন অভিলেখ; এদিনীয়া ক্ৰিকেটত ৩নং স্থানত বেটিং কৰি ১৩ হাজাৰ ৰান কৰা বিশ্বৰ প্ৰথমজন বেটছমেন কোহলি

ভাৰতীয় ক্ৰিকেটৰ তাৰকা বেটছমেন বিৰাট কোহলিৰ মুকুটত সংযোজন হ'ল আন এক নতুন অভিলেখ। এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তিনি নম্বৰ স্থানত বেটিং কৰি ১৩ হাজাৰ ৰান...

নতুন প্ৰজন্মৰ ফিটনেছক লৈ উদ্বিগ্ন মহেন্দ্ৰ সিং ধোনি! শিশুসকলক প্ৰতিদিনে অন্ততঃ এঘণ্টা খেলাধূলা কৰাৰ পৰামৰ্শ

বৰ্তমানৰ নতুন প্ৰজন্মৰ মাজত শাৰীৰিক সক্ৰিয়তা ক্ৰমাৎ হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনিয়ে। জেন জি (Gen...

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্লেন মেক্সৱেলৰ, এতিয়াৰে পৰা খেলিব কেৱল বিগ বেছ লীগ

অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। ৩৮ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে যোৱা বছৰৰ জুন মাহতে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ...

ICC ৰেংকিঙত পুনৰ শীৰ্ষস্থানত অভিষেক শৰ্মা, টেষ্টৰ বলাৰ আৰু অলৰাউণ্ডাৰৰ শীৰ্ষত মাৰ্কো ইয়ানছেন

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলৰ (ICC) শেহতীয়া পুৰুষৰ খেলুৱৈ ৰেংকিঙত ভাৰতীয় ক্ৰিকেট দলৰ অভিষেক শৰ্মাই পুনৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বেটছমেনৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। আনহাতে, দক্ষিণ...

ফুটবলৰ মহাৰণলৈ সাজু অসম! ২৭ অক্টোবৰৰ পৰা আৰম্ভ ৭১ সংখ্যক বৰদলৈ ট্ৰফী

অসমৰ ফুটবলপ্ৰেমীসকলৰ বাবে সুখবৰ। ৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাক লৈ গুৱাহাটীত অনুষ্ঠিত হয় এখন সংবাদমেল। গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ২৭ অক্টোবৰৰ পৰা...

Popular