ক্ৰীড়া

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰক লৈ পুনৰ আৰম্ভ হৈছে চৰ্চা। প্ৰশিক্ষক জৰ্জ জেছুছে ৰাষ্ট্ৰীয় দলত ৰোনাল্ডোৰ...

এছিয়ান গেমছত সফল সামৰণি ভাৰতৰ; ২১টা স্বৰ্ণসহ মুঠ ৮৫ পদকেৰে পদক তালিকাৰ চতুৰ্থ স্থানত ভাৰত

জাপানত অনুষ্ঠিত এছিয়ান গেমছত সফলতাৰে অভিযান সামৰিলে ভাৰতে। প্ৰতিযোগিতাৰ অন্তিম দিনটোত পাঁচটাকৈ স্বৰ্ণ পদকসহ ভাৰতে মুঠ ২১টা স্বৰ্ণ, ২৭টা ৰূপ আৰু ৩৭টা ব্ৰঞ্জৰ পদক...

এছিয়ান গেমছত ধনুৰ্বিদ কুমকুম-গল্ফাৰ প্ৰণৱীৰ স্বৰ্ণজয়, মল্লযুঁজাৰু সাগৰৰ চমকপ্ৰদ জয়ে বৃদ্ধি কৰিলে পদকৰ আশা

২০২৬ৰ এছিয়ান গেমছত ভাৰতৰ অভিযানৰ অন্তিম দিনত প্ৰৱেশ কৰাৰ লগে লগে দেশখনৰ বাবে কেইবাটাও সোণৰ পদকৰ সুযোগ সৃষ্টি হৈছে। শুকুৰবাৰে মহিলাৰ দলীয় ৰিকাৰ্ভ ধনুৰ্বিদ্যাত...

এছিয়ান গেমছত স্বর্ণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা গল্ফাৰ হিচাপে ইতিহাস ৰচিলে ২৩ বছৰীয়া প্ৰণৱী উৰ্ছই

এছিয়ান গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত। আইচি-নাগোয়া এছিয়ান গেমছত ইতিহাস সৃষ্টি কৰিলে ভাৰতীয় গল্ফাৰ প্ৰণৱী উৰ্ছে। মাত্ৰ ২৩ বছৰ বয়সতে এছিয়ান গেমছৰ ব্যক্তিগত গল্ফত সোণৰ...

এছিয়ান গেমছত অদ্ভুত কাণ্ড! প্ৰতিপক্ষৰ হাতত কামুৰি পদক হেৰুৱালে চীনৰ খেলুৱৈয়ে

এছিয়ান গেমছৰ মহিলা ৭০ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বীক কামুৰাৰ বাবে চীনৰ জুডোকা খেলুৱৈ টাং জিংক অযোগ্য ঘোষণা কৰা হৈছে। জাপানৰ ৰিন মায়েডাৰ বিৰুদ্ধে...

Popular