Browsing Category

ক্ৰীড়া

১৮ মাৰ্চৰ পৰা নাগালেণ্ডত তৃতীয় নৰ্থ ইষ্ট গেমছ

অহা ১৮-২৩ মাৰ্চলৈ নাগালেণ্ডত অনুষ্ঠিত হ’ব তৃতীয় উত্তৰ পূৱ ক্ৰীড়া৷ নাগালেণ্ড চৰকাৰৰ সহযোগত নাগালেণ্ড অলিম্পিক সন্থাই আয়োজন কৰা এই

৫ বাৰৰ বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লচেনক হৰুৱালে ডি গুকেশে

এবছৰৰ ভিতৰত ২ বিশ্ব চেম্পিয়নক হৰুৱাই চমক গ্রেণ্ডমাষ্টাৰ ডি গুকেশৰ ৫ বাৰৰ বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লচেনক হৰুৱালে ডি গুকেশে

কিয় ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা নেখেলে বিৰাট কোহলিয়ে

কেৱল ৩য় টেষ্টতে নহয়, শৃংখলাই নেখেলে বিৰাট কোহলিয়ে১১৩খন টেষ্ট খেলা কোহলিৰ প্রথমবাৰলৈ শৃংখলাত অনুপস্থিতব্যক্তিগত কাৰণৰ বাবে টেষ্ট

খেলো ইণ্ডিয়া ইউনিভাৰচিটি গেমছে খেলুৱৈসকলৰ প্রতিভা বিকশাই তুলিবলৈ সক্ষম…

খেলো ইণ্ডিয়া ইউনিভাৰচিটি গেমছ ২০২৩ অষ্টলক্ষ্মীৰ ল'গ', সংগীত, মেছকট, জার্চি আৰু অগ্নিশিখাৰ শুভ উন্মোচন মুখ্যমন্ত্ৰীৰ এই

বন্ধুত্বমূলক ক্ৰিকেট: তিতাবৰ সাংবাদিক একাদশৰ ১০ উইকেটত জয়লাভ

তিতাবৰৰ চৈকটা মাজগাঁৱৰ প্ৰয়াত বিশ্বজিৎ বণিয়া আৰু সিদ্ধাৰ্থ হাজৰিকা সোঁৱৰণি ক্ষেত্ৰত স্থানীয় ৰেইনব' ক্ৰীড়া সন্থাই আয়োজন কৰা

দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত শতক অৰ্জন শুভমন গিলৰ

দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত শতক অৰ্জন শুভমন গিলৰ১২খন টেষ্টৰ পিছত গিলৰ শতকেৰে স্বস্তিত টীম ইণ্ডিয়াপ্ৰায় এবছৰৰ পিছত শতৰান কৰিলে

অভিষেক টেষ্টতে শতকেৰে উজলিছিল যশস্বী জয়ছোৱাল

কেৰিয়াৰৰ ৬ নং টেষ্টত দুৰ্দান্ত দ্বিশতৰান উদীয়মান তাৰকাৰ যশস্বীৰ দ্বিশতকেৰে প্রথম ইনিংছত সূচল স্থিতিত ভাৰত কনিষ্ঠতমৰ

নতুন ইতিহাস গঢ়িলে ভাৰতৰ টেনিছ তাৰকা ৰোহণ বাপান্নাই

আটাইতকৈ অধিক বয়সত টেনিছ বিশ্বত ১নং স্থানত বহিল ভাৰতীয় খেলুৱৈজনঅষ্ট্ৰেলিয়া অপেনৰ ডাবল্ছৰ ছেমিত প্ৰৱেশ কৰাৰ লগে লগে এই কীৰ্তি

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত দলত নাথাকিব বিৰাট কোহলি

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত দলত নাথাকিব বিৰাট কোহলিকি ব্যক্তিগত কাৰণত দলত নাথাকিল বিৰাট কোহলি? ব্যক্তিগত কাৰণত কোহলিয়ে