ক্ৰীড়া

চৰ্চাত আম্পায়াৰ ৰিচাৰ্ড কেটলবৰো

চৰ্চাত আম্পায়াৰ ৰিচাৰ্ড কেটলবৰোৱাইড নিদিয়াৰ বাবে ভাৰতীয় অনুৰাগীৰ নয়নৰমণি হৈ পৰিল আম্পায়াৰজনসামাজিক মাধ্যমত ৰিচাৰ্ড কেটলবৰোক লৈ মিমৰ ধুমুহা পুনেত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল ভাৰত আৰু বাংলাদেশৰ...

ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে গোৱালৈ ৰাওনা অসমৰ প্ৰথমটো দল

৩৭ সংখ্যক গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে গোৱালৈ ৰাওনা অসমৰ প্ৰথমটো দল। সোমবাৰে অসম চৰকাৰ আৰু অসম অলিম্পিক সন্থাই আনুষ্ঠানিকভাৱে অসম দলটোক শুভেচ্ছা...

অৱশেষত অলিম্পিকত নিশ্চিত হ’ল ক্রিকেট

অৱশেষত অলিম্পিকত ক্রিকেটৰ লগতে ৫ বিধ খেল অন্তৰ্ভুক্ত কৰাত অনুমোদন দিলে আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে। ২০২৮ৰ অলিম্পিকৰ বাবে অন্তৰ্ভুক্ত হোৱা খেলৰ তালিকাত ক্রিকেটৰ উপৰি আছে...

আহমেদাবাদত সাজু ৭ হাজাৰ আৰক্ষী, ৪ হাজাৰ গৃহৰক্ষী জোৱান

২৬/১১ৰ নায়কে ভাৰত-পাকিস্তান ক্ৰিকেট দলক দিব নিৰাপত্তাআহমেদাবাদত সাজু ৭ হাজাৰ আৰক্ষী, ৪ হাজাৰ গৃহৰক্ষী জোৱানসাজু এণ্টি ড্ৰোন দল, সাজু ৯টা ব’ম স্কোৱাড Greatest Rivalry In...

কাইলৈ আহমেদাবাদত ক্ৰিকেটৰ মহাসমৰ, কোন হ’ব জয়ী?

ভাৰত-পাকিস্তানৰ মহাৰণৰ বাবে সাজু ক্ৰিকেট অনুৰাগীসাজু নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়াম, সাজু খেলুৱৈসকলভাৰত নে পাকিস্তান? কোন হ'ব জয়ী?উৎকণ্ঠা বাঢ়িছে ক্ৰিকেট অনুৰাগী মাজত শনিবাৰে অপেক্ষাৰ অন্ত পৰিব।...

Popular