চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ যশপ্ৰীত বুমৰাহ

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ভাৰতীয় শিবিৰলৈ বেয়া খবৰ। বুমৰাহ বিহীন টীম ইণ্ডিয়া। আঘাতৰ বাবে দলৰ পৰা বাহিৰ বুমৰাহ। বুমৰাহৰ স্থানত হৰ্ষিত ৰাণাক দলত অন্তৰ্ভুক্ত। আনহাতে যশস্বী জয়ছোৱালৰ ঠাইত দলত স্থান লাভ বৰুণ চক্ৰৱৰ্তীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...