গুৱাহাটীত দ্ৰুতবেগী ডাম্পাৰে মহতিয়ালে এজনক

মহানগৰীত তীব্ৰেবেগী ডাম্পাৰৰ দৌৰাত্ম্য। ডাম্পাৰৰ খুন্দাত পুনৰ ঘুনীয়া হ’ল এজন। নিশা গুৱাহাটীৰ GS ৰোডত দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে এজনক। আহত লোকজনক সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ। ডাম্পাৰখনে ভাঙি চূৰমাৰ কৰিলে ৰাস্তাৰ কাষত থকা আন তিনিখনকৈ বাহন। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS25CC6856। ডাম্পাৰৰ চালকে অত্যাধিক সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...