অসমৰ যুৱতী সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বিপদত ইউটিউবাৰ

অসমৰ যুৱতী সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বিপদত মুম্বাইৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ। দ্বিতীয় দিনৰ বাবে CIDৰ কাৰ্যালয়ত হাজিৰ অভিষেক কৰ। কেমেৰা দেখি দৌৰি দৌৰি কাৰ্যালয়ত প্ৰৱেশ অভিষেকৰ। সংবাদ মাধ্যমৰ প্ৰশ্ন এৰাই চলিলে ইউটিউবাৰজনে। অধিবক্তাসহ CID কাৰ্যালয়ত অভিষেক। পডকাষ্টত অসমৰ তন্ত্ৰ–মন্ত্ৰক লৈ কৰিছিল আজৱ মন্তব্য। সমগ্ৰ বিষয় সন্দৰ্ভত অসম আৰক্ষীক তদন্তৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল CIDয়ে । সোমবাৰেও CID কাৰ্যালয়ত হাজিৰ হৈছিল অভিষেক। CIDৰ চাইবাৰ থানাত 01/25ত নম্বৰত অভিষেকৰ বিৰুদ্ধে ৰুজু গোচৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...