ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৫১জন

বাছ দুৰ্ঘটনাত পতিত হৈ মৃত্যু ৫১গৰাকীৰ। দলঙৰ ৰেলিঙত খুন্দা মাৰি খাৱৈত পৰিছিলগৈ যাত্ৰীবাহী বাছখন। বাছখনত আছিল ৭০গৰাকীৰো অধিক যাত্ৰী। ধ্বংসস্তুপৰ পৰা মৃতদেহসমূহৰ লগতে উদ্ধাৰ কৰা হৈছে কেবাগৰাকীও আহতক। সোমবাৰে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। আমেৰিকাৰ গোৱাটেমালাত ভয়ংকৰ বাছ দুৰ্ঘটনা। লেটিন আমেৰিকাৰ অন্যতম ভয়াৱহ দুৰ্ঘটনাৰূপে চিহ্নিত এই দুৰ্ঘটনা। দেশজুৰি ৰাষ্ট্ৰীয় শোক দিৱসৰ ঘোষণা গোৱাটেমালাৰ ৰাষ্ট্ৰপতিৰ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...