আজি পুনৰ CID কাৰ্যালয়ত হাজিৰ হ’ব লাগিব ইউটিউবাৰ অভিষেক কৰ

আজি পুনৰ CID কাৰ্যালয়ত হাজিৰ হ’ব লাগিব ইউটিউবাৰ অভিষেক কৰ। মঙলবাৰে CID কাৰ্যালয়ত জেৰা কৰা হৈছিল ইনফ্লুৱেন্সাৰ অভিষেকক। অভিষেকৰ বিতৰ্কিত মন্তব্যত ক্ষোভিত অসমবাসী। অসমৰ বুৰঞ্জী, পৰম্পৰাক লৈ বিতৰ্কিত মন্তব্য কৰিছিল অভিষেকে। বিষয়টো দৃষ্টিগোচৰ হৈছিল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ। তাৰ পাছতে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল অসম আৰক্ষীক। সোমবাৰে গুৱাহাটীত উপস্থিত হৈছিল ইনফ্লুৱেন্সাৰ অভিষেক ক’ৰ। দুদিন জেৰা চলোৱা হয় ইনফ্লুৱেন্সাৰজনক। আজি পুনৰ CID কাৰ্যালয়লৈ তলব অভিষেক কৰক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...

‘বন্দে মাতৰম’ গোৱাত বাধা দিলে হ’ব শাস্তি: বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতি

‘বন্দে মাতৰম’ গোৱাত ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰা বা গীত...

ধৰ্ষণ আৰু অপৰাধমূলক ভাবুকিৰ গোচৰত গ্ৰেপ্তাৰ IPLৰ ক্ৰিকেটাৰ অভিষেক পোৰেল

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (IPL)-ত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক...