সোণাপুৰৰ ধাবাত খাদ্য গ্ৰহণ কৰিবলৈ লৈ চকু কপালত উঠিল আৰক্ষীৰ

আপুনিও য’তে ত’তে খাদ্য গ্ৰহণ কৰে নেকি? ধাবা-ৰিজ’ৰ্টত খাদ্য গ্ৰহণ কৰোঁতে সাৱধান হওক। সোণাপুৰৰ নিউ চিটি ধাবাত খাদ্যৰ লগত ওলাল বিষাক্ত পইতাচোৰা। আৰক্ষীৰ দলক দিয়া মাংসত ওলাল মৃত পইতাচোৰা। ক্ষেত্ৰী আৰক্ষীৰ এটি দলে নিশাৰ আহাৰ গ্ৰহণৰ বাবে গৈছিল সোণাপুৰৰ নিউ চিটি ধাবালৈ। তেতিয়াই অৰ্ডাৰ কৰা মাংসত ওলাল মৃত পইতাচোৰা। ইয়াকে লৈ নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সোণাপুৰৰ নিউ চিটি ধাবাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...