অসমৰ মাটিত আহি নাগালেণ্ড প্ৰশাসনৰ ধমক

অসম–নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা। অসমৰ মাটিত আহি নাগালেণ্ড প্ৰশাসনৰ ধমক। ONGCৰ খাদত চকু পৰিছে নগাৰ। উৰিয়ামঘাটত সীমান্তত থকা ONGCৰ খাদ বন্ধ কৰিবলৈ সকীয়নি। নাগালেণ্ডৰ সীমান্ত দণ্ডাধীশ নিজেই আহি ভাবুকি দিলে ONGCৰ কৰ্মচাৰীক। ONGCৰ খৰাঘাট, হালধিবাৰী খাদত উপস্থিত হয় BM জন। তেল উৎপাদন বন্ধ কৰাৰ বাবে সকীয়নি ৰালাং ছাব ডিভিছনৰ BMৰ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...