বিৰাট কোহলিৰ খেল চাবলৈ অভাৱনীয় পৰিস্থিতি

প্ৰিয় তাৰকাৰ খেল। সুদীৰ্ঘ ১২ বছৰৰ মূৰত ৰঞ্জী ট্ৰফীত দেখা গ’ল বিৰাট কোহলিক।

আজি ৰে’লৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে বিৰাট কোহলি।

দিল্লীৰ হৈ অংশ লৈছে তাৰকা ক্ৰিকেটাৰজনে।

কিং কোহলিক চাবলৈ নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হাজাৰ হাজাৰ ক্ৰিকেটপ্ৰেমী সমবেত হয়।

ষ্টেডিয়ামৰ বাহিৰত অজস্ৰ সমৰ্থকৰ ভিৰৰ বাবে বিশৃংখলীয়া পৰিৱেশৰ সৃষ্টি হয়।

কোহলিয়ে ১২ বছৰৰ পাছত প্ৰথম শ্ৰেণীৰ প্ৰতিযোগিতাত খেলপথাৰত নামে।

বিচিচিআইয়ে নিৰ্দেশ প্ৰদানৰ পিছতে সকলো শীৰ্ষ তাৰকাই ঘৰুৱা ক্ৰিকেটত অংশগ্ৰহণ কৰিছে।

আঘাতৰ পৰা সুস্থ হৈ ৰঞ্জী ট্ৰফীলৈ পুনৰ উভতিছে অসম সন্তান ৰিয়ান পৰাগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...