একাংশ অসাধু ব্যৱসায়ীয়ে হঠাৎ বৃদ্ধি কৰিছে ব্ৰয়লাৰৰ দাম

মহানগৰীৰ বজাৰত আপুনি ক্ৰয় কৰিবলৈ গৈছে নেকি ব্ৰয়লাৰ মাংস। তেন্তে সাৱধান, বিভাগৰ নীৰৱ ভূমিকাত ২০ৰপৰা ৩০টকা পৰ্যন্ত বৃদ্ধি কৰিছে মাংসৰ দাম। একাংশ অসাধু ব্যৱসায়ীয়ে নিজ ইচ্ছা অনুযায়ী লৈছে মাংসৰ দাম। ইয়াৰ ওপৰত গুৰুত্ব দিবলৈ সময় হ’বনে বিভাগৰ?

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

২১৪ জন পণবন্দীক হত্যা, বালোচ বিদ্রোহীৰ ঘোষণাত বিশ্বজুৰি প্ৰতিক্ৰিয়া

২১৪ জন পণবন্দীক হত্যা। বালোচ বিদ্রোহীৰ ঘোষণাত বিশ্বজুৰি প্ৰতিক্ৰিয়া।...

গুৱাহাটীত গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী, ৩ যুৱতীয়ে চুৰি কৰিলে ৩খনকৈ বাহন

এইবাৰ গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী। মহানগৰীত মণিপুৰৰ ৩...