মহন্ত উপাধিৰ ছালফা নেতাৰ দখলত ৬খনকৈ টোলগে’ট

ৰাজ্যত আবিৰ্ভাৱ হৈছে ছিণ্ডিকেটৰ নতুন মাফিয়াৰ। মহন্ত উপাধিৰ এজন ছালফা নেতাই টোলগে’ট দখল কৰি চলাইছে চুপাৰিৰ ভয়ানক ছিণ্ডিকেট। বুধবাৰে ৰাইজৰ দলৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সম্পত্তিক লৈ প্ৰশ্ন তোলা বিজেপি সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাকো মুকলি প্ৰত্যাহ্বান বিধায়কজনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...