GMCৰ জাননীক লৈ প্ৰতিক্ৰিয়া ভূপেন বৰাৰ

মহানগৰীৰ ঘোৰামাৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ আছে এটা ঘৰ। এই ঘৰ নিৰ্মাণৰ যাৱতীয় নথি-পত্ৰ বিচাৰি ভূপেন বৰালৈ বুধবাৰে জাননী জাৰি কৰিছে পৌৰ নিগমে। অহা ৩ দিনৰ ভিতৰত ভূপেন বৰাই সকলো তথ্য দাখিল কৰিব লাগিব পৌৰ নিগমক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত হিমস্খলনৰ ভয়ংকৰ তাণ্ডৱ! ৪ জনৰ মৃত্যু, সন্ধানহীন ১২জন

নেপালৰ উত্তৰ-মধ্যাঞ্চলৰ ৭,১২৬ মিটাৰ উচ্চতাৰ মাউণ্ট হিমলুংত ভয়ংকৰ হিমস্খলনত...

ৰেংকিঙৰ জোৰত এছিয়ান গেমছৰ ছেমিফাইনেলত ভাৰত

এটা বলো নোহোৱাকৈয়ে এছিয়ান গেমছ ২০২৬ৰ ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলৰ...

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...