মহন্ত উপাধিৰ ছালফা নেতাৰ দখলত ৬খনকৈ টোলগে’ট

ৰাজ্যত আবিৰ্ভাৱ হৈছে ছিণ্ডিকেটৰ নতুন মাফিয়াৰ। মহন্ত উপাধিৰ এজন ছালফা নেতাই টোলগে’ট দখল কৰি চলাইছে চুপাৰিৰ ভয়ানক ছিণ্ডিকেট। বুধবাৰে ৰাইজৰ দলৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সম্পত্তিক লৈ প্ৰশ্ন তোলা বিজেপি সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাকো মুকলি প্ৰত্যাহ্বান বিধায়কজনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত হিমস্খলনৰ ভয়ংকৰ তাণ্ডৱ! ৪ জনৰ মৃত্যু, সন্ধানহীন ১২জন

নেপালৰ উত্তৰ-মধ্যাঞ্চলৰ ৭,১২৬ মিটাৰ উচ্চতাৰ মাউণ্ট হিমলুংত ভয়ংকৰ হিমস্খলনত...

ৰেংকিঙৰ জোৰত এছিয়ান গেমছৰ ছেমিফাইনেলত ভাৰত

এটা বলো নোহোৱাকৈয়ে এছিয়ান গেমছ ২০২৬ৰ ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলৰ...

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...