ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই নিক্ষেপ কৰিলে ৭৫টা মিছাইল

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ৭৫টা মিছাইলৰে আক্ৰমণ
৪১টা মিছাইল ধ্বংস কৰাৰ দাবী ইউক্ৰেইনৰ
ইউক্ৰেইনৰ ৰাজধানী কীভৰ বাণিজ্যিক কেন্দ্ৰ ধ্বংস
ৰাষ্ট্ৰপতি জেলেনস্কিৰ কাৰ্যালয়ৰ একাংশ ধ্বংস
ৰাছিয়াৰ আক্ৰমণত ১৩জনৰ মৃত্যু, ৭০ জনৰো অধিক আহত
মিছাইল আক্ৰমণত কীভৰ এখন দলং ধ্বংস
কেইবাখনো মহানগৰত মিছাইল আক্ৰমণ
ক্ৰিমিয়াৰ দলং বিস্ফোৰণৰ পিছতে ৰাছিয়াৰ প্ৰতিশোধ
চৰকাৰী ভৱন, দলং আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰাছিয়াই
ৰাষ্ট্ৰপতি জেলেনস্কিক নিৰাপদ স্থানলৈ নিয়া হৈছে
পূব ইউক্ৰেইনৰ গোপন বাংকাৰত আশ্ৰয় লৈ আছে জেলেনস্কিয়ে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...