শাসনলৈ আহিলে বিজেপিৰ কাৰ্যালয় উৎখাত কৰিব কংগ্ৰেছে

বিজেপিৰ প্ৰাসাদোপম কাৰ্যালয় নিৰ্মাণৰ পিছতে সমালোচনামুখৰ হৈ পৰিছে বিৰোধী। কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ মতে শাসনলৈ আহিলে বিজেপিৰ কাৰ্যালয় উৎখাত কৰি দিব কংগ্ৰেছে। বৰাক কটাক্ষ কৰি পীয়ূষ হাজৰিকাই সুধিলে– দলত ৫ টকা বৰঙণি দি পাইছেনে ভূপেন বৰাই?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী ভি ডি সথীছন

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী ভি ডি সথীছন।AICCএ ঘোষণা কৰিলে নতুন...

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতে কামাখ্যা ধামত মুখ্যমন্ত্ৰী

দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত ল’লে হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী হিচাপে...

অসমীয়া খিলঞ্জীয়া ভূমি পুত্ৰৰ কথা চিন্তা কৰিব পৰা নাই গৌৰৱ গগৈয়ে : বিধায়ক ভূপেন বৰা

কেবিনেটত UCC বিধেয়কক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তপ্ৰথমখন অধিৱেশনতে উত্থাপন কৰা...

কাছাৰৰ জিৰিঘাট আৰক্ষীৰ এনকাউণ্টাৰ

আৰক্ষীৰ গুলীত নিহত কুখ্যাত ড্ৰাগছ মাফিয়া।অসম-মণিপুৰ সীমান্তত ড্ৰাগছ মাফিয়াৰ...