ডিচেম্বৰৰ শেষৰ ফালে পুনৰ আৰম্ভ হ’ব দেশৰ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে বুধবাৰে সদৰী কৰা অনুসৰি অচিৰেই ভাৰতে নিয়মীয়া আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল পুনৰ আৰম্ভ কৰিব। এই বৰ্ষৰ শেষৰ ফালে ক’ভিডৰ বাবে বন্ধ হৈ থকা আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল আৰম্ভ কৰা হ’ব বুলি এক ইংগিত দিয়ে অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে অহা পাঁচৰ পৰা সাত বছৰৰ ভিতৰত দেশৰ বিমানবন্দৰৰ সংখ্যা দুগুণ কৰি ভাৰতৰ বিমান খণ্ডৰ বৃহৎ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এক অনুষ্ঠানত কৈছিল যে তেওঁৰ মন্ত্ৰালয়ে দেশৰ বিমানবন্দৰৰ সংখ্যা ১৩৬ৰ পৰা ২২০ লৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...