পুনৰ নগাঁও-কাছাৰ কলৰ নিলামৰ নিবিদা

  • পুনৰ নগাঁও-কাছাৰ কলৰ নিলামৰ নিবিদা
  • ৰাজ্য চৰকাৰে অধিগ্ৰহণ কৰাৰ কথা আছিল কাগজ কল
  • দুইটা কাগজ কল আৰু সকলো সা-সম্পত্তিৰ বিক্ৰীৰ জাননী
  • কাগজ নিগমৰ লিকুইডেটৰ কুলদীপ বাৰ্মাৰ বিজ্ঞাপন
  • পূৰ্বতকৈ হ্ৰাস কৰিছে কাগজ কল নিলামৰ মূল্য
  • ৭০০ কোটি টকাত দুটা কল আৰু মাটি বিক্ৰীৰ জাননী
  • গুৱাহাটীৰ দুটা ফ্লেট বিক্ৰীৰ বাবে জাননী
  • ৫২ লাখকৈ ধাৰ্য কৰা হৈছে ফ্লেটৰ মূল্য
  • মুম্বাইত এটা ফ্লেট বিক্ৰীৰ বাবেও জাননী
  • ১.১০ কোটি টকা ধাৰ্য কৰা হৈছে ফ্লেটৰ মূল্য
  • কলকাতাত হাউছিং কলনী বিক্ৰীৰ বাবেও জাননী
  • ৫৮.৫০ কোটি টকা ধাৰ্য কৰা হৈছে হাউছিং কলনীৰ মূল্য
  • দিল্লীত কাৰ্যালয় বিক্ৰী কৰাৰো জাননী
  • ১০.২১ কোটি টকা ধাৰ্য কৰা হৈছে কাৰ্যালয়ৰ মূল্য
  • ১ কোটি ১৩ লাখ ৬২ হাজাৰ শ্বেয়াৰ বিক্ৰীৰো জাননী
  • নাগালেণ্ডৰ কোম্পানীৰ শ্বেয়াৰৰ বাবদ ১৫.৩৩ কোটি টকা ধাৰ্য
  • অসম চৰকাৰে কাগজ কল ক্ৰয় কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল
  • অসম চৰকাৰে কৰ্মচাৰী বিষয়াৰ বকেয়া আদায়ৰো ব্যৱস্থা কৰিছে
  • অসম চৰকাৰে কাগজ কলৰ বাকী ধনো পৰিশোধৰ ব্যৱস্থা কৰিছে
  • ইয়াৰ মাজতে বাতৰি কাকতত প্ৰকাশ পালে মুকলি নিবিদা জাননী
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...