Browsing Category

আঞ্চলিক

ৰে’ল বিভাগৰ বিৰুদ্ধে সৰৱ, ৰাজপথলৈ ওলাই আহিল আছু

আছুৰ তীব্ৰ প্ৰতিবাদ। ৰঙিয়াত ৰে'ল বিভাগৰ কয়লাৰ ৰেক লোডিং-আনলোডিং স্থানান্তৰিত কৰাৰ দাবীত ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ এই প্ৰতিবাদ।

১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত এজন

১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন লোক। লালুক আৰক্ষী চকীৰ অন্তৰ্গত পুখুৰীপৰীয়াত সংঘটিত হয় দুৰ্ঘটনাটো।

বিষাক্ত হৈ পৰিছে ডিগাৰু নৈৰ পানী, জৈৱবৈচিত্ৰ্যলৈ প্ৰচণ্ড ভাবুকি

সোণাপুৰৰ ডিগাৰু নৈৰ জৈৱবৈচিত্ৰ্যৰ প্ৰতি ভাবুকি। ক্ৰমাৎ বিষাক্ত হৈ পৰিছে ডিগাৰু নৈৰ পানী চ'ত মহীয়া প্ৰখৰ ৰদত উপঙি উঠিছে মাছ।

বিহুৰ পূৰ্বে ব্যাপক ৰদবদল, ৯৬জন আৰক্ষীক বদলিৰ নিৰ্দেশ

যোৰহাট জিলা আৰক্ষীত ব্যাপক সালসলনি। কনিষ্টবল পৰ্যায়ত ৬৫জনক অন্য স্থানলৈ বদলি কৰা হৈছে। উপপৰিদৰ্শক আৰু সহকাৰী উপ পৰিদৰ্শক পৰ্যায়ত

প্ৰথমবাৰলৈ ৰাজ্যিক নাৰ্ছিং কনফাৰেন্স, কি কি আলোচনা?

নুমলীগড়ৰ বিবেকানন্দ কেন্দ্ৰ NRL নাৰ্ছিং বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য খণ্ডৰ প্ৰকৃত যোদ্ধা হিচাপে পৰিচিত নাৰ্চসকলৰ

মামণিৰ ৰহস্যজনক মৃত্যু, হত্যা নে আত্মহত্যা?

চৰাইদেউ জিলাৰ মৰাণহাট থানাৰ অন্তৰ্গত মৰাণৰ কচুমাৰি হজোৱাৰ দিৰৈ নৈত মহিলাৰ মৃতদেহ উদ্ধাৰ। মৃত মহিলাগৰাকী মৰাণ ককৰামৰাৰ মামণি গড়।

এফালে শিক্ষয়িত্ৰী আনফালে ছাত্ৰ, জাগীৰোডত নিজকে শেষ কৰি পেলালে ছাত্ৰই

জাগীৰোডৰ কনাবৰীত শোকাৱহ ঘটনা। পিতৃ-মাতৃ ঘৰত নথকা অৱস্থাত জীৱনৰ চৰম সিদ্ধান্ত ললে ছাত্ৰই। চিপ লোৱা অৱস্থাত শোৱনি কোঠাত উদ্ধাৰ

কিয় নিজকে শেষ কৰি পেলালে নিষ্ঠাৱান শিক্ষয়িত্ৰীয়ে?

বৃহস্পতিবাৰে বিশ্বনাথত শোকাৱহ ঘটনাৰ পিছত শুকুৰবাৰে আন এক শোকাৱহ ঘটনা। এগৰাকী শিক্ষয়িত্ৰীয়ে ল'লে জীৱনৰ চৰম সিদ্ধান্ত।