আঞ্চলিক

অৱশেষত আৰক্ষীৰ জালত WANTED অভিমন্যু দাস

নেপাললৈ পলায়ো শেষৰক্ষা নহ’ল অভিমন্যু দাসৰ। বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা গোচৰত ফটো ভাইৰেল কাণ্ডৰ মুখ্য অভিযুক্ত অভিমন্যু দাসক আন এক গোচৰত গ্ৰেপ্তাৰ কৰিছে...

বিভিন্ন ক্ষেত্ৰৰ ৭ মহিলাক সদিচ্ছা বঁটা ২০২৪

মহিলাসকলক নিজৰ ওপৰত অধিক ভৰসা কৰি আগবাঢ়িবলৈ আহ্বান হস্তী বিশেষজ্ঞ পাবৰ্তী বৰুৱাৰগুৱাহাটী, ৩ মাৰ্চ : অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ‘সদিচ্ছা’ই বিগত বৰ্ষৰ দৰে এইবাৰো নাৰী...

ডিগবৈত আপৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ সংবাদমেল

মিছন বসুন্ধৰা-২.০ ৰূপায়ণত চৰকাৰৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ আপৰভূমিপুত্ৰক বঞ্চনাৰ অভিযোগ আপৰ নেতাৰ মিছন বসুন্ধৰা-২.০ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ চৰম ব্যৰ্থতাৰ বিৰুদ্ধে সৰৱ হ’ল ডিব্ৰুগড়...

NKTV Plusৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীলৈ ‘হোমেন বৰগোহাঞি সাংবাদিকতা বঁটা’

কুমুদ চন্দ্ৰ হাজৰিকা (ৰঞ্জু হাজৰিকা)লৈ ‘সাহিত্য উন্মেষ বঁটা’কেবিনেট মন্ত্ৰী যোগেন মহনলৈ ‘জননেতা ড॰ পূৰ্ণ নাৰায়ণ সিংহ ৰাজনীতিজ্ঞ বঁটা’উদীয়মান কণ্ঠশিল্পী প্ৰাণদ্বীপলৈ ‘কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা’ ২০২০...

৩, ৪ আৰু ৫ মাৰ্চত বিতৰণ কৰা হ’ব মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান (নগৰীয়া)ৰ প্ৰ-পত্ৰ

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান (নগৰীয়া)ৰ ৰূপায়ণ সন্দৰ্ভত জিলা প্ৰশাসন আৰু পৌৰ নিকায়ৰ প্ৰতিনিধিৰে মন্ত্ৰী অশোক সিংহলৰ ভাৰ্চুৱেল বৈঠক প্ৰতিখন পৌৰসভাত অহা ৩, ৪ আৰু ৫...

Popular