গুৱাহাটী মহানগৰ আৰক্ষীৰ জালত গাড়ী চোৰৰ গেং

গুৱাহাটীৰ মহানগৰ আৰক্ষীৰ জালত গভাইত গাড়ী চোৰৰ গেং

ভঙাগড় আৰক্ষীয়ে মেঘালয়ৰ জুৱাইৰ পৰা খেদি খেদি গ্ৰেপ্তাৰ কৰে দুটা চোৰ, জব্দ কৰে এখন চুৰি গাড়ী

ABCৰ এজন ব্যৱসায়ীৰ Bolero Pick up গাড়ী চুৰি কৰি শ্বিলং অভিমুখে গৈ আছিল ধৃত চোৰ কেইটা

AS 01 FC 7935 নম্বৰৰ Bolero Pick Up গাড়ী খনত লগোৱা আছিল GPS

GPSৰ সহায়ত আৰক্ষীয়ে জোঁৱাইৰ পৰা জব্দ কৰে চুৰি হোৱা গাড়ী খন

গ্ৰেপ্তাৰ হোৱা চোৰ কেইটাৰ নাম আজীজুল আলী, জনিনুদ্দিন আলী

ধৃত চোৰ কেইটাৰ স্বীকাৰউক্তিৰ ভিত্তিত আজাৰাৰ পৰা গ্ৰেপ্তাৰ হ’ল আমিৰ আৰু ৰাজাক আলী নামৰ আন দুটা গাড়ী চোৰৰ

লগতে আজাৰাৰ পৰা জব্দ কৰে এখন আৰ্তিগা গাড়ী

গাড়ী চোৰৰ গেংটোৰ বিৰুদ্ধে মহানগৰীৰ কেইবাখনো থানাত ৰুজু হৈ আছে গোচৰ

ফটাশিল আমবাৰী থানাই গ্ৰেপ্তাৰ কৰে আন ৪ টা বাইক চোৰ

ৰেকিবুল হুছেইন, ছামহেদ আলী, জাকিৰ হুছেইন, বিপাল হুছেইন

এই বাইক চুৰি গেঙটোৱে গুৱাহাটী মহানগৰীৰ পৰা কেবাখনো বাইক চুৰি কৰি বিক্ৰী কৰিছিল বৰপেটাত

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত পুনৰ আন্দোলনৰ প্ৰস্তুতি, আজি বৈঠকত বহিব ইণ্ডিয়া মিত্ৰজোঁট

দুৰ্গাপূজা শেষ হোৱাৰ পিছতে পুনৰ আন্দোলনৰ বাবে সাজু হৈছে...

সৰ্বত্ৰে ৰাৱণ দাহ; কিন্তু ভাৰতৰ এই ঠাইত আজিও পূজিত হয় ৰাৱণ, ক’ত আজিও শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ৰাৱণক?

ভাৰতৰ বিভিন্ন প্ৰান্তত দশেৰা উৎসৱৰ সামৰণি ৰাৱণ, কুম্ভকৰ্ণ আৰু...

সৰ্বত্ৰে ৰাৱণ দাহ; কিন্তু ভাৰতৰ এই ঠাইত আজিও পূজিত হয় ৰাৱণ, ক’ত আজিও শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ৰাৱণক?

ভাৰতৰ বিভিন্ন প্ৰান্তত দশেৰা উৎসৱৰ সামৰণি ৰাৱণ, কুম্ভকৰ্ণ আৰু...

ছৌদি আৰৱৰ বিমানবন্দৰত ভয়ংকৰ মিছাইল আক্ৰমণ, নিহত ভাৰতীয়সহ ২ জন

য়েমেনৰ হুথি বিদ্ৰোহীৰ আক্ৰমণ তীব্ৰতৰ হোৱাৰ মাজতে ছৌদি আৰৱৰ...