লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত বলৱৎ হ’ব ‘কা’

‘কা’ক লৈ প্ৰতিবাদৰ মাজতেই অমিত শ্বাহৰ বৃহৎ ঘোষণা। লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত বলৱৎ হ’ব ‘কা’।
নিৰ্বাচনী অধিসূচনা জাৰিৰ পূৰ্বেই বলৱৎ হ’ব ‘কা, ২০১৯’। ‘কা’ দেশৰ এখন আইন, ইয়াক বলৱৎকৰণত কোনেও বাধা দিব নোৱাৰে। দিল্লীত এক সন্মিলনত ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। দেশজুৰি সৃষ্ট ব্যাপক প্ৰতিবাদৰ মাজতে অমিত শ্বাহৰ এই ঘোষণা। ‘কা’ৰ জৰিয়তে ২০১৪ৰ ৩১ ডিচেম্বৰলৈ অহা অনামুছলিম শৰণাৰ্থীয়ে পাব নাগৰিকতা। নিৰ্বাচনৰ পূৰ্বে ‘কা’ বলৱৎকৰণ বিজেপিৰ বাবে হ’ব অন্যতম নিৰ্বাচনী ইছ্যু।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত হোমষ্টে ব্যৱস্থাত কঠোৰ নিয়ম GMCৰ, দুৰ্গা পূজাত হ’ব স্বচ্ছতা প্ৰতিযোগিতা

গুৱাহাটী মহানগৰীত হোমষ্টে ব্যৱস্থাক নিয়মৰ মাজলৈ আনিবলৈ বিশেষ পদক্ষেপ...

দিল্লী মেট্ৰ’ৰ ৫৭টা ষ্টেচনৰ প্ৰৱেশ-প্ৰস্থান বন্ধ থকাৰ সম্ভাৱনা, ১০ অক্টোবৰত CJPৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা কটকটীয়া

১০ অক্টোবৰত দিল্লীত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰখনত...