আঞ্চলিক

মাজুলীবাসীলৈ শীঘ্ৰেই আহিব সুখবৰ

শীঘ্ৰেই মাজুলীবাসীয়ে লাভ কৰিব দলং। মাজুলীলৈ যাতায়াতৰ ক্ষেত্ৰত আহিব যুগান্তকাৰী পৰিৱৰ্তন। কিমান আগবাঢ়িছে মাজুলীৰ দলং নিৰ্মাণৰ কাম চাওক আমাৰ এক প্ৰতিবেদন। মাজুলীবাসীলৈ সুখবৰশীঘ্ৰেই মাজুলীবাসীয়ে লাভ...

ঢকুৱাখনাত ‍বিজেপি নেতাৰ শিহৰণকাৰী হত্যা

শীতল মস্তিস্কৰে হত্যা কৰি জ্বলাই দিলে মৃতদেহঘৰৰ সমীপৰে চোমনিত উদ্ধাৰ মুণ্ডহীন অৰ্ধদগ্ধ মৃতদেহজলজীৱনৰ দুৰ্নীতিৰ বিৰুদ্ধাচৰণেই কাল হ’ল নেকি বিজেপি নেতা সুনীল গগৈৰ? সন্দেহৰ আঙুলি PHEৰ...

এজন আদহীয়াৰ কৰ্মকাণ্ডত অতিষ্ঠ সাধাৰণ ৰাইজ

ধুবুৰীৰ ৭ নং ৱাৰ্ডত দেওবাৰে হঠাৎ সৃষ্টি হ’ল হুলস্থূলীয়া পৰিবেশ। এজন আদহীয়া লোকৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে ৱাৰ্ডটোৰ সাধাৰণ ৰাইজ। পিতৃয়ে নিৰ্মাণ কৰি থৈ...

সমগ্ৰ শিক্ষা ধেমাজিৰ উদ্যোগত ইংৰাজী ভাষা শিক্ষণ বিকাশৰ বাবে জলি ফনিকছৰ প্ৰশিক্ষণ

প্ৰাথমিক বিদ্যালয়সমূহত ইংৰাজী ভাষা শিক্ষণ বিকাশৰ বাবে ‘জলি ফনিকছ’ শীৰ্ষক ইংৰাজী ভাষা উন্নয়ন কাৰ্যসূচীৰ জিলা পৰ্যায়ৰ অনাবাসিক প্ৰশিক্ষণ মৰিঢল মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয়। নিপুণ...

ভাৰতৰ হৈ খেলিব অসম তনয়াই

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব উমা ছেত্ৰীয়েতিনিওটা ফৰ্মেটৰ বাবে ভাৰতীয় দল ঘোষণা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আইডিএফচি ফাৰ্ষ্ট বেংক ছিৰিজৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দল ঘোষণা। বৃহস্পতিবাৰে...

Popular