আঞ্চলিক

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৪৩৯গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো নিযুক্তি পত্ৰ...

দুটা সফল সংস্কৰণৰ পিছত পুনৰ আহিছে ‘খেল মহাৰণ ৩.০’, ৭ নৱেম্বৰৰ পৰা আৰম্ভ ৰাজ্যজুৰি ক্ৰীড়া মহোৎসৱ

অসমৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাক এখন বৃহৎ মঞ্চ প্ৰদানৰ লক্ষ্যৰে পুনৰ অনুষ্ঠিত হ’ব ‘খেল মহাৰণ ৩.০’। ৰাজ্যিক কেবিনেটে অনুমোদন জনোৱা এই তৃতীয় সংস্কৰণ ৭...

লটাৰীত ব্ৰিজা বাহন পোৱাৰ খবৰ, গুৱাহাটীলৈ আহি বিপাঙত কৰিমগঞ্জৰ লোক! ফোন বন্ধ কৰি দিলে খবৰ দিয়া লোকে, অৱশেষত আৰক্ষীৰ কাষ চাপিল ভুক্তভোগীয়ে

অনলাইনযোগে লটাৰীৰ টিকট ক্ৰয় কৰি বিপাঙত পৰিল কৰিমগঞ্জৰ এজন লোক। ২৫০ টকা ব্যয় কৰি তিনিটা লটাৰীৰ টিকট ক্ৰয় কৰাৰ পাছত এখন ব্ৰিজা বাহন লাভ...

বিশ্ব মঞ্চত অসমৰ আৰক্ষী জোৱানৰ চমক! লন বাউলছত ভাৰতৰ প্ৰথমটো পদক নিশ্চিত কৰিলে পুতুল সোণোৱালে

বিশ্ব বাউলছ চেম্পিয়ন অৱ চেম্পিয়নছ প্ৰতিযোগিতাত ইতিহাস সৃষ্টি কৰিছে অসমৰ পুতুল সোণোৱালে। প্ৰতিযোগিতাখনৰ পুৰুষৰ ছিংগলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে ভাৰতৰ বাবে...

নিমিষা ঠাকুৰীয়া হত্যাকাণ্ডক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত গুৱাহাটী; সামাজিক মাধ্যমত কৰা মন্তব্যক লৈ উত্তেজনা, গাড়ীগাঁৱৰ এটা পৰিয়ালক আক্ৰমণৰ অভিযোগ

গুৱাহাটী মহানগৰীৰ নিমিষা ঠাকুৰীয়া মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে। এইবাৰ সামাজিক মাধ্যমত কৰা...

Popular