আঞ্চলিক

এইবাৰ দুৰ্নীতি নিবাৰকৰ জালত ACS বিষয়া

দৰমহাৰ টকা কেইটাৰে নুজোৰে একাংশ চৰকাৰী বিষয়াক। কেইটামান টকা লৈ ইজন পিছত সিজন বিষয়া পৰিছে দুৰ্নীতি নিবাৰকৰ জালত। তাৰ পিছতো শিক্ষা নলয় একাংশ ঘোচখোৰ...

স্বাভিমানী অসমীয়া, বিলাসী গাড়ীত জিলিকিছে চিৰচেনেহী অসমীয়া ভাষা!

অসমৰ জাতীয় সংগীতৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গ , সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কালজয়ী গীতলৈ। অসমীয়াৰ স্বভিমান গামোচা খনৰ পৰা আৰম্ভ কৰি পৃথিৱী বিখ্যাত, অসম...

ভাগৱত পাঠত ভাওনা আগবঢ়াইও সংঘৰ শাস্তিৰ সন্মুখীন এজন

বাৰে বাৰে বিতৰ্কত সাঙোৰ খাইছে উত্তৰ-পূবৰ অন্যতম বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। ধৰ্মীয় গোড়ামিৰে ইটোৰ পিছত সিটো ফটোৱা জাৰি কৰি বিতৰ্কত সোমাই পৰিছে...

CM ভিজিলেন্সে বিচাৰি উলিয়াব পাৰিবনে ৩ অভিযুক্তক?

গুৱাহাটী পৌৰ নিগমৰ ২০ কোটিটকীয়া বোকা নিষ্কাশন কেলেংকাৰিৰ ৩ মূল অভিযুক্ত এতিয়াও পলাতক। ক’ত আত্মগোপন কৰিছে অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা তছদিকুৰ ৰহমান, কাৰ্যবাহী অভিযন্তা সীমান্তজ্যোতি...

নিপন গোস্বামীয়ে অভিনয় কৰা ছবি সমূহ…

অসমীয়া ভাষাৰ চলচ্চিত্ৰ সংগ্ৰাম (১৯৬৫)ডক্তৰ বেজবৰুৱাশেষ বিচাৰআজলী নবৌককাদেউতা নাতি আৰু হাতীনয়নমনিদূৰণিৰ ৰং ঘৰ সংসাৰজীৱন সুৰভিপ্ৰতিমাপূজামৰিচিকামইনাজানমানৱ আৰু দানৱশকুন্তলা আৰু শংকৰ জোচেফ আলিপ্ৰতিদান ছিৰাজহিয়া দিয়া নিয়াককাদেউতাৰ ঘৰজোঁৱাইকাদম্বৰীমিঠা মিঠা লগনতপলে পলে...

Popular