CM ভিজিলেন্সে বিচাৰি উলিয়াব পাৰিবনে ৩ অভিযুক্তক?

গুৱাহাটী পৌৰ নিগমৰ ২০ কোটিটকীয়া বোকা নিষ্কাশন কেলেংকাৰিৰ ৩ মূল অভিযুক্ত এতিয়াও পলাতক। ক’ত আত্মগোপন কৰিছে অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা তছদিকুৰ ৰহমান, কাৰ্যবাহী অভিযন্তা সীমান্তজ্যোতি বৰুৱা আৰু ঠিকাদাৰ মিথু আগৰৱালা? তাৰ মাজতে NKTVৰ হাতত আহি পৰিছে ৩ অভিযুক্তৰ লোকেশ্যন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...