ইউক্ৰেইনৰ বিৰুদ্ধে পুনৰ আগ্ৰাসী ৰূপ ৰাছিয়াৰ, প্ৰয়োজনত যিকোনো দেশৰ বিৰুদ্ধে চলিব পৰমাণু আক্ৰমণ!

0 207

ইউক্ৰেইনৰ বিৰুদ্ধে পুনৰ আগ্ৰাসী ৰূপ ৰাছিয়াৰ। পাৰমাণৱিক যুদ্ধাস্ত্ৰৰ অনুশীলন ৰাছিয়ান বাহিনীৰ। নিউক্লিয়াৰ ষ্ট্ৰেটেজিক গ্ৰুপে চলালে পৰমাণু যুদ্ধৰ অনুশীলন। অনুশীলনত ভাগ ল’লে ৰাছিয়ান নৌ বাহিনীয়েও। আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপনাস্ত্ৰ। বাৰেণ্টছ সাগৰৰ পৰা নৌবাহিনীয়ে নিক্ষেপ কৰে চিনেভা ICBM। অনুশীলনত ভাগ লয় বায়ু সেনাৰ T-95 বোমাৰু বিমানে। ইয়াৰ লগতে নিক্ষেপ কৰা হয় পাৰমাণৱিক যুদ্ধাস্ত্ৰ বহনকাৰী ক্ৰুজ ক্ষেপণাস্ত্ৰও।

এয়া আছিল ৰাছিয়াৰ প্ৰত্যাক্ৰমণৰ প্ৰস্তুতি। প্ৰয়োজনত যিকোনো দেশৰ বিৰুদ্ধে চলিব পৰমাণু আক্ৰমণ!

Leave A Reply

Your email address will not be published.