ভাগৱত পাঠত ভাওনা আগবঢ়াইও সংঘৰ শাস্তিৰ সন্মুখীন এজন

0 2,832

বাৰে বাৰে বিতৰ্কত সাঙোৰ খাইছে উত্তৰ-পূবৰ অন্যতম বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। ধৰ্মীয় গোড়ামিৰে ইটোৰ পিছত সিটো ফটোৱা জাৰি কৰি বিতৰ্কত সোমাই পৰিছে শংকৰ সংঘ।শেহতীয়াকৈ চকলং বিয়াত অংশগ্ৰহণ কৰা ৫টাকৈ পৰিয়ালক শাস্তি বিহাৰ বিতৰ্ক মাৰ নৌযাওতেই এইবাৰ পোহৰলৈ আহিছে আন এক বিতৰ্কিত কাণ্ড। বৌদ্ধ মন্দিৰ দৰ্শনৰ বাবেই এইবাৰ সংঘৰ ৰোষত ৩টা পৰিয়াল।

Leave A Reply

Your email address will not be published.