চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ দেহাৱসান

ৰাজ্যবাসীৰ বাবে আন এক দুঃখবৰ। চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ দেহাৱসান। GMCHত বিয়লি ৩ বাজি ১৫ মিনিটত শেষ নিশ্বাস ত্যাগ। নিপন গোস্বামীৰ বিয়োগত ৰাজ্যজুৰি শোকৰ ছাঁই বিৰাজ কৰি থকাৰ সময়তে দেহাৱসান ঘটিছে আন এগৰাকী মহীৰূহৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল চিত্ৰশিল্পীজন। ২২ ছেপ্তেম্বৰৰ পৰা গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল নীলপৱন বৰুৱা।

ৰং-তুলিকাৰে বহু কালজয়ী সৃষ্টিৰাজী এৰি থৈ গৈছে অনুৰাগীলৈ, অসমবাসীলৈ। নীলপৱন বৰুৱাৰ মৃত্যুত বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...