টুইটাৰ, ইউটিউব, ফেচবুকে মানি চলিব লাগিব ভাৰতীয় সংবিধান, আইন-কানুন!

  • তথ্য প্ৰযুক্তি বিধিত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সংশোধন
  • টুইটাৰ,ফেচবুক, ইউটিউবসহ বিভিন্ন ইণ্টাৰমিডিয়াৰীলৈ নিৰ্দেশনা
  • ইণ্টাৰমিডিয়াৰীসমূহে মানি চলিব লাগিব ভাৰতীয় সংবিধান,আইন-কানুন
  • ইণ্টাৰমিডিয়াৰীৰ ব্লক, ছাছপেন্সনত ক্ষতিগ্ৰস্ত হোৱাসকললৈ সুযোগ
  • ব্লক–ছাছপেন্সনত অসুবিধাৰ সন্মুখীন হোৱা লোকে কৰিব পাৰিব আবেদন
  • ওজৰ নিষ্পত্তি আপীল কমিটীত ব্লকৰ বিৰুদ্ধে জনাব পাৰিব আবেদন
  • কমিটীৰ নিৰ্দেশ মানি চলিব লাগিব ফেচবুক, টুইটাৰ আদিয়ে
  • জনালে তথ্য-সম্প্ৰচাৰ বিভাগৰ জ্যেষ্ঠ উপদেষ্টা কাঞ্চন গুপ্তাই
NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...