এইবাৰ দুৰ্নীতি নিবাৰকৰ জালত ACS বিষয়া

0 2,667

দৰমহাৰ টকা কেইটাৰে নুজোৰে একাংশ চৰকাৰী বিষয়াক। কেইটামান টকা লৈ ইজন পিছত সিজন বিষয়া পৰিছে দুৰ্নীতি নিবাৰকৰ জালত। তাৰ পিছতো শিক্ষা নলয় একাংশ ঘোচখোৰ বিষয়াই। এইবাৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰিল গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিব। দিছপুৰৰ বিষয়াৰ ঘৰতেই টকাৰ পাহাৰ।

Leave A Reply

Your email address will not be published.