WhatsAppত অশালীন মেছেজ দিয়া শিক্ষকক গ্ৰেপ্তাৰ

শিক্ষাত কালিমা! WhatsAppত অশালীন মেছেজ দিয়া শিক্ষকক গ্ৰেপ্তাৰ। নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তুন্না আজাম নামৰ শিক্ষকজনক। নগাঁৱৰ খ্ৰীষ্টজ্যোতি স্কুলৰ শিক্ষক ৰূপে কৰ্মৰত হৈ আছিল তুন্না আজাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...