নৱবিবাহিত দম্পতীলৈ চীন চৰকাৰৰ প্ৰশ্ন

0 131

বয়স বাঢ়িছে এখন দেশৰ। বৃদ্ধ–বৃদ্ধাৰে ভৰি পৰিছে দেশখন। প্ৰতিবছৰে হ্ৰাস পাইছে দেশখনৰ জনসংখ্যা। ক্ৰমাৎ হ্ৰাস পাইছে শ্ৰমিক–কৰ্মচাৰীৰ সংখ্যা। উদ্বিগ্ন দেশখনৰ চৰকাৰ। প্ৰায় ৪ দশক পূৰ্বে গ্ৰহণ কৰা ‘এক সন্তান’ নীতিৰ ফলত সম্প্ৰতি এই গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে চীন। ইয়াৰ ফলত দেশখনৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে। পৰিস্থিতি চম্ভালিবলৈ চৰকাৰে নৱবিবাহিত দম্পতিৰ বাবে বিভিন্ন উদগনিও আঁচনি গ্ৰহণ কৰিও বিফল হ’বলগীয়া হৈছে।

Leave A Reply

Your email address will not be published.