আঞ্চলিক

ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

ৰাজ্যত সুস্থ জীৱনশৈলী বিষয়ক সজাগতা আৰু অনুশীলনক অভিযান আকাৰে ৰূপায়ণ কৰা হ'ব : সিংহল অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি...

নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ’ল অসম আৰক্ষীৰ জোৱান

নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল অসম আৰক্ষীৰ ১৬ জনীয়া এটা দল। বাইক চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষীৰ দলক আবদ্ধ কৰিলে নগা দুৰ্বৃত্তই। চোকা...

কালামাটিৰ ৰেট হোল মাইনিঙত প্ৰকৃততে কিমান শ্ৰমিক আছিল? তেওঁলোক জীয়াই আছেনে?

কালামাটিৰ মৃত্যু গহ্বৰত জীৱন-মৰণৰ যুঁজবুধবাৰে পুৱাই কয়লা খনিৰ পৰা ওলাল এটা মৃতদেহউমৰাংছ’ৰ কালামাটিৰ অবৈধ ৰেট হোল মাইনিঙত মঙলবাৰৰে পৰা তীব্ৰতৰ হৈছে আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ...

প্ৰথমে শ্বেখ হাছিনা, এতিয়া খালেদা জিয়াই এৰিলে দেশ!

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াই লণ্ডনলৈ ৰাওনা হয়। চিকিৎসাৰ বাবে ঢাকাৰ পৰা লণ্ডন অভিমুখে ৰাওনা হোৱাৰ কথা এজন উপদেষ্টাই সদৰি কৰিছে। উপদেষ্টাজনে জনোৱা মতে,...

বৃহৎ পৰিসৰৰ বিনিয়োগ আকৰ্ষণৰ বাবে আইন সংশোধন কৰিবলৈ ৰাজ্য চৰকাৰ ইচ্ছুক : মুখ্যমন্ত্রী

আগন্তুক 'এডভান্টেজ আছাম ২.০' উপলক্ষে মুম্বাইত বর্ণাঢ্য ৰোডশ্ব'ত অংশগ্রহণ মুখ্যমন্ত্রী ড° শৰ্মাৰৰোডশ্ব'ত ব্যৱসায়িক সুযোগৰ ক্ষেত্ৰত অসমৰ সম্ভাৱনাসমূহ দাঙি ধৰিলে মুখ্যমন্ত্রীয়েবৃহৎ পৰিসৰৰ বিনিয়োগ আকৰ্ষণৰ বাবে...

Popular