আঞ্চলিক

৫টা প্ৰাণ, অসংখ্য প্ৰশ্ন; ডিব্ৰুগড়ত ভুৱা ঠিকনা, বেংকৰ ঋণৰ পৰা মাটিৰ দালালিৰ অভিযোগলৈ! গুৱাহাটীৰ ৫ হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈক লৈ উত্থাপন হৈছে এটাৰ পিছত...

গুৱাহাটীৰ লাচিত নগৰস্থিত হোটেল বিলাস-ইনত সংঘটিত পাঁচজনকৈ লোকৰ নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈক লৈ এটাৰ পিছত আনটো চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। এইবাৰ চৰ্চালৈ...

মানস ৰাষ্ট্ৰীয় উদ্যানত নতুন উদ্ভিদ প্ৰজাতিৰ আৱিষ্কাৰ; ‘Osbeckia Assamensis’ৰ আৱিষ্কাৰে উজলাই তুলিলে অসমৰ সমৃদ্ধ জৈৱ-বৈচিত্ৰ্য

অসমৰ প্ৰাকৃতিক সম্পদ আৰু সমৃদ্ধ জৈৱ-বৈচিত্ৰ্যৰ ভাণ্ডাৰত সংযোজিত হ’ল আন এক নতুন অধ্যায়। মানস ৰাষ্ট্ৰীয় উদ্যানত ‘Osbeckia Assamensis’ নামৰ এবিধ উদ্ভিদ প্ৰজাতিৰ আৱিষ্কাৰে অসমৰ...

কাজিৰঙাৰ কঁহৰা ডাকঘৰত প্ৰথমবাৰৰ বাবে ‘ডাক চৌপাল’ সেৱাৰ শুভাৰম্ভ; মোবাইল ভেনৰ জৰিয়তে গাঁৱে-গাঁৱে ডাক বিভাগৰ আঁচনি আৰু সেৱাৰ প্ৰচাৰ চলাব ভাৰতীয় ডাক বিভাগে

কাজিৰঙাৰ কঁহৰা ডাকঘৰত ভাৰতীয় ডাক বিভাগৰ ‘ডাক চৌপাল’ সেৱাৰ শুভাৰম্ভ কৰা হয়। এই সেৱাৰ জৰিয়তে গ্ৰামাঞ্চলৰ সাধাৰণ ৰাইজৰ মাজত ভাৰতীয় ডাক বিভাগৰ বিভিন্ন আঁচনি...

১৬ নৱেম্বৰত মুকলি হ’ব গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়; GMCHৰ ৫টা বিভাগ স্থানান্তৰ হ’ব মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ

গুৱাহাটী মহানগৰীৰ পানবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় (এমএমচি) শীঘ্ৰেই মুকলি কৰা হ’ব। ১৬ নৱেম্বৰত চিকিৎসালয়খন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ প্ৰস্তুতি চলিছে। ইতিমধ্যে নিৰ্মাণকাৰী প্ৰতিষ্ঠান এল...

ডিচেম্বৰত অনুষ্ঠিত হ’ব ২৮ সংখ্যক সদৌ অসম জংগম একাংক নাট প্ৰতিযোগিতা; শ্ৰেষ্ঠ নাট্যদললৈ ৩০ হাজাৰ টকাৰ পুৰস্কাৰ

অসমৰ অন্যতম উল্লেখযোগ্য নাট্য প্ৰতিযোগিতা সদৌ অসম জংগম একাংক নাট প্ৰতিযোগিতাৰ ২৮ সংখ্যক সংস্কৰণ অহা ২৮, ২৯ আৰু ৩০ ডিচেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত...

Popular