আঞ্চলিক

পলাশবাৰীৰ ত্ৰিমূৰ্তি শিখৰ উদ্যোগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ! দুৰ্গন্ধত অতিষ্ঠ স্থানীয় লোক, অচিন ৰোগত আক্ৰান্ত হৈ ৩ বছৰত ২৮ জনৰ মৃত্যুৰ অভিযোগ

পলাশবাৰীৰ দখলা উপৰহালিত ত্ৰিমূৰ্তি শিখৰ উদ্যোগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ। উদ্যোগটোৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধই অঞ্চলটোৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ...

মৰিগাঁও চহৰৰ মাজমজিয়াত পথত মাছৰ উজান; মাছ নিবলৈ মানা কৰি ৰাইজক কাতৰ আহ্বান ব্যৱসায়ীৰ

মৰিগাঁও চহৰৰ মাজমজিয়াৰ মেইন পুলিচ পইণ্টত সংঘটিত হয় এক আমোদজনক ঘটনা। ভুৰবন্ধাৰ দিশৰ পৰা মাছ কঢ়িয়াই আন এখন বাহনৰ তিৰপাল ফাটি যোৱাত পথৰ ওপৰতে...

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত ২৬জনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন, পৰিয়ালক চমজাই দিয়া হ’ল মৃতদেহ

কাজিৰঙাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ২৬গৰাকী লোকৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে। গোলাঘাট অসামৰিক চিকিৎসালয়ত ২৩গৰাকী আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত (JMCH) মৃত্যু...

বন্ধুবৰ্গৰ সৈতে ফুৰিবলৈ আহি উভতি ন’গল ৰফিক আলী; কাজিৰঙাৰ ৰঙাজানৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বিহাৰৰ যুৱক ৰফিক আলীয়ে

ডিমাপুৰত থকা বন্ধুৰ ওচৰলৈ ছয়জন বন্ধুৰ সৈতে ফুৰিবলৈ আহিছিল বিহাৰৰ মধুবনীৰ যুৱক ৰফিক আলী। মণিপুৰত কৰ্মৰত ৰফিকৰ বাবে এই ভ্ৰমণ আছিল বন্ধুৰ সৈতে কিছু...

শীতল পাটি বয়নশিল্পৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ সপোন; শ্ৰীভূমিৰ ৫০গৰাকী মহিলা শিল্পীক লৈ জীৱিকা উন্নয়ন আৰু ডিজিটেল সৱলীকৰণৰ পদক্ষেপ ইণ্ডিয়ান আৱাজ ফাউণ্ডেচনৰ

NEDFiৰ CSR সহযোগিতাৰে কালিগঞ্জ–ৰতনপুৰত ছমহীয়া বিশেষ কাৰ্যসূচী ৰূপায়ণ; পৰম্পৰাগত শিল্পৰ বিকাশৰ লগতে চৰকাৰী আঁচনি আৰু ডিজিটেল সেৱাৰ সৈতে সংযোগ স্থাপনৰ লক্ষ্য। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি...

Popular