‘শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ’ৰ প্ৰাক্তন সচিব গৌতম শৰ্মাৰ দেহাৱসান

‘শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ’ৰ প্ৰাক্তন সচিব গৌতম শৰ্মাৰ আজি দেহাৱসান ঘটিছে । পৰহি অসুস্থতাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

তাত চিকিৎসাধীন হৈ থকাৰ সময়তে কালি হঠাতে বাগৰি পৰি শৰ্মা ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হয় । নিশাই তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল যদিও আজি পুৱা ৯.৩০ বজাত তেওঁ চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...