পুৱাই বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা দৰ্শন প্ৰধানমন্ত্ৰীৰ

অসমত আজি প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো দিন। পুৱাই বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা দৰ্শন প্ৰধানমন্ত্ৰীৰ ।
কাজিৰঙাত হাতী ছাফাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । দুঘণ্টা ধৰি কাজিৰঙাৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ মোদীৰ ।প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে দৰ্শন কৰিলে কাজিৰঙা । নিশা কাজিৰঙাৰ আৰক্ষী অতিথিশালাত কটালে মোদীয়ে। জীপ ছাফাৰীৰে কঁহৰা বনাঞ্চলৰ ডাফলাং টাৱাৰলৈ যায় মোদী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...