অৰুণাচলত মোদীয়ে উদ্বোধন কৰিব বিশ্বৰ আটাইতকৈ সুদীৰ্ঘ বাইলেন টানেল

অৰুণাচলত মোদীয়ে উদ্বোধন কৰিব বিশ্বৰ আটাইতকৈ সুদীৰ্ঘ বাইলেন টানেল। ৮২৫ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে ছেলা টানেল। আজি প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ উছৰ্গা কৰিব ছেলা টানেল। ১৩,০০০ ফুট উচ্চতাত থকা এই টানেলে দূৰত্ব হ্ৰাস কৰিলে টাৱাঙৰ। চীনৰ নিকট হোৱা বাবে সকলো সময়তে যাব পৰা পথ হিচাপে নিৰ্মাণ এই টানেল। শীতকালত ছেলাপাছেদি টাৱাঙৰ পথত গাড়ী যাত্ৰা প্ৰায়েই হয় ব্যাহত। এই টানেলৰ ফলত টাৱাঙলৈ বছৰৰ সকলো সময়তে যাব পাৰিব। BROএ নিৰ্মাণ কৰা এই টানেলত আছে দুটা সুৰংগ পথ। টানেলৰ এটা টিউবৰ দৈৰ্ঘ্য হৈছে ৯৮০ মিটাৰ, ২নং টানেলৰ দৈৰ্ঘ্য ১,৫৫৫ মিটাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আতচবাজী ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত; নিৰ্দিষ্ট সময়তহে ব্যৱহাৰ কৰিব পাৰিব আতচবাজী

আতচবাজীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ নকৰে উচ্চতম ন্যায়ালয়ে। অৱশ্যে...

২৩ বছৰৰ পাছত ইৰাক এৰিলে আমেৰিকান সেনাই; নিৰাপত্তাক লৈ সৃষ্টি হৈছে নতুন শংকা

২৩ বছৰৰ পাছত ইৰাকৰ পৰা সম্পূৰ্ণৰূপে আমেৰিকান সেনা প্ৰত্যাহাৰ...

ফ্লাইডুবাই নামৰ যাত্ৰীবাহী বিমানত পাইলটৰ মাজত মাৰপিট, ছৌদি আৰৱত জৰুৰী অৱতৰণ

ফ্লাইডুবাই FZ1073 বিমানখনত সংঘটিত হোৱা ভয়ংকৰ ঘটনাক লৈ চাঞ্চল্যকৰ...