পুৱাই বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা দৰ্শন প্ৰধানমন্ত্ৰীৰ

0 314

অসমত আজি প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো দিন। পুৱাই বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা দৰ্শন প্ৰধানমন্ত্ৰীৰ ।
কাজিৰঙাত হাতী ছাফাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । দুঘণ্টা ধৰি কাজিৰঙাৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ মোদীৰ ।প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে দৰ্শন কৰিলে কাজিৰঙা । নিশা কাজিৰঙাৰ আৰক্ষী অতিথিশালাত কটালে মোদীয়ে। জীপ ছাফাৰীৰে কঁহৰা বনাঞ্চলৰ ডাফলাং টাৱাৰলৈ যায় মোদী।

Leave A Reply

Your email address will not be published.